অর্থ : কোনো কামৰ কাৰণে নিজকে নিজে বলিদান দিয়া কার্য
							উদাহরণ : 
							ভাৰতবর্ষক ্স্বাধীন কৰিবৰ কাৰণে ভালেমান নেতাই আত্মবলিদান দিবলগীয়া হৈছিল
							
অর্থ : কোনো ভাল কামৰ বাবে বা আনৰ বাবে নিজৰ সুখ, লাভ আদি ত্যাগ কৰা কার্য ্বা ভাৱ
							উদাহরণ : 
							দধিচীয়ে দেৱ কল্যাণৰ বাবে আত্মত্যাগ কৰি মৃত্যুক আঁকোৱালি লʼলে
							
সমার্থক : আত্মত্যাগ