অর্থ : কোনো কথা মনত ৰাখিবৰ কাৰণে বাৰে-বাৰে কোৱা বা পঢ়া
							উদাহরণ : 
							লʼৰা-ছোৱালীবোৰে নেওঁ্তা আওৰাই আছে
							
অর্থ : কোনো কথা বা কাম দ্বিতীয় বাৰ কোৱা বা কৰা
							উদাহরণ : 
							আমাৰ শিক্ষাগুৰুৱে কঠিন পাঠবোৰৰ সদায় পুনৰাবৃত্তি কৰে
							
সমার্থক : দোহৰা, পুনৰাবৃত্তি কৰা