অর্থ : মানুহৰ আচাৰ-ব্যৱহাৰ নিয়ন্ত্রণৰ কাৰণে দেশৰ প্রশাসনে ঠিক কৰি দিয়া বিধি-বিধান, যাক পালন কৰাটো সকলোৰে কাৰণে বাধ্যতামূলক আৰু ইয়াক উলংঘা কৰিলে দণ্ড বিহা হয়
						 
						 
					
							উদাহরণ : 
							আইন বিৰোধী যিকোনো কামে আপোনাক সংকটত পেলাব পাৰে
							
					
							সমার্থক : 
							অধিনিয়ম, আইন, কানুন, বিধান, বিধি