সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
উদাহরণ : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
সমার্থক : আঁতৰি যোৱা, ফটা, ফাটি যোৱা
অর্থ : পৃথক বা দূৰ হোৱা
উদাহরণ : বতাহ-ধুমুহা এতিয়া আঁতৰিল
সমার্থক : আঁ্তৰি যোৱা
অর্থ : ওলাই যোৱা
উদাহরণ : এই কোম্পানীটোৰ পৰা পঞ্চাশজন কর্ম্্চাৰী ্আঁতৰি গʼল
অর্থ : দূৰ হোৱা
উদাহরণ : ডাৱৰ আঁতৰি গʼল
সমার্থক : আঁতৰি যোৱা
ইনস্টল