অর্থ : * পূর্ণৰূপত সফল ্নোহোৱা বা পতন হোৱা
							উদাহরণ : 
							আপোনাৰ কাৰণে মোৰ যোজনা অসফল হʼল
							
সমার্থক : ফেইল হোৱা
অর্থ : যুদ্ধ, খেল, প্রতিযোগিতা আদিত প্রতিপক্ষৰ সন্মুখত বিফল হোৱা কার্য
							উদাহরণ : 
							মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষ হাৰিছিল
							
সমার্থক : পৰাজিত হোৱা, হৰা