অর্থ : যিটো আৱশ্যক নহয়
							উদাহরণ : 
							তুমি অলাগতিয়াল কামত নিজৰ সময় নষ্ট কৰা উচিত নহয়
							
সমার্থক : অদৰকাৰী, অনাৱশ্যকীয়, অপ্রয়োজনীয়, অবাঞ্ছনীয়, অলাগতীয়া, নলগা, নিষ্প্রয়োজন, ফালতু
অর্থ : যি অদৰকাৰেৰে পূর্ণ
							উদাহরণ : 
							অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
							
সমার্থক : অদৰকাৰী, অনাৱশ্যকীয়, অলাগতীয়া অপ্রয়োজনীয়, অসংগত, নলগা-, যা-তা, লাপি-লুপা
অর্থ : যি সম্বন্ধিত নহয়
							উদাহরণ : 
							প্রেচ বিবৃতিত নেতাজনে প্রশ্নৰ উত্তৰ নিদি সংগতিহীন কথা কʼবলৈ ধৰিলে
							
সমার্থক : অসংলগ্নিত, সংগতিহীন, সম্বন্ধহীন, সম্বন্ধৰহিত