অর্থ : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই
							উদাহরণ : 
							মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে
							
সমার্থক : অবিবাহিত মহিলা, কুমাৰী
অর্থ : যিজন পুৰুষ বিবাহিত নহয়
							উদাহরণ : 
							এই পদটোত কেৱল অবিবাহিত পুৰুষেহে আবেদন কৰিব পাৰিব
							
সমার্থক : অবিবাহিত পুৰুষ