অর্থ : প্রতিৰোধ বা বিৰোধ নকৰা
							উদাহরণ : 
							অপ্রতিহত যুদ্ধ কেনেকৈ সম্ভৱ হʼল
							
সমার্থক : নির্বিবাদ, প্রতিৰোধহীন, বাধাহীন
অর্থ : অত্যন্ত পৰাক্রমী
							উদাহরণ : 
							চিকন্দৰ শক্তিমন্ত ৰজাসকলৰ ভিতৰত এজন
							
সমার্থক : বিক্রমশালী, শক্তিমন্ত, শক্তিশালী, ্দুর্জয়, ্পৰাক্রমী