অর্থ : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা
							উদাহরণ : 
							বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল
							
সমার্থক : থাকি যোৱা
অর্থ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
							উদাহরণ : 
							মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
							
সমার্থক : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰখা
অর্থ : কোনো বিশেষ কাৰণত কোনো কাম নোহোৱাকৈ থাকি যোৱা
							উদাহরণ : 
							পৰীক্ষাত মোৰ দুটা প্রশ্ন ৰৈ গʼল
							
সমার্থক : বাদ পৰিল
অর্থ : বাকী থাকি যোৱা
							উদাহরণ : 
							ভালে কেইবাৰ ঘঁহি ্ঘঁহি ধোৱাৰ পিছতো এই দাগটো ৰৈ গʼল