অর্থ : তৰকাৰী হিচাপে খোৱা লতাজাতীয় গছত লগা এবিধ ফল???
							উদাহরণ : 
							কিছুমান মানুহে ৰঙালাওৰ তৰকাৰী খাই বৰ ভাল পায়
							
সমার্থক : ৰঙালাউ???
অর্থ : তৰকাৰী হিচাপে খোৱা এবিধ ফলৰ লতাজাতীয় গছ???
							উদাহরণ : 
							খেতিৰ ৰঙালাওবিলাক এতিয়া লাগিবলৈ ধৰিছে
							
সমার্থক : ৰঙালাও গছ???