অর্থ : পানী বা খাদ্যৰ বিষক্রিয়াৰ পৰা হʼব পৰা এবিধ মাৰাত্মক সংক্রামক ৰোগ, যʼত ৰোগীৰ অত্যধিক শৌচ-বমি হয়
							উদাহরণ : 
							আগৰ দিনত হাইজাত বহুলোকৰ অকালতে মৃত্যু হৈছিল  পুৰণি কালত কলেৰা হʼলে মানুহে গাঁও এৰি পলাইছিল, কিয়নো অধিকাংশ লোকেই এই মহামাৰীৰ চিকাৰ হৈছিল
							
সমার্থক : আন্ত্রিক ৰোগ, কলেৰা, জহনী, বিসূচিকা, ভেদ-বাঁতি, ভেদবমি