অর্থ : যিটো বস্তু প্রথমতে থকা স্থানৰ পৰা অন্য কোনো স্থানলৈ পঠিয়াই দিয়া হয়
							উদাহরণ : 
							স্থানান্তৰিত ব্যক্তিজন কাইলৈৰ পৰা কার্যালয়লৈ আহিব
							
অর্থ : নিজৰ স্থানৰ পৰা আঁতৰ্াই দিয়া
							উদাহরণ : 
							তেওঁ ্ স্থানচ্যুত বস্তুবোৰ আকৌ নিজৰ নিজৰ ঠাইত ৰাখিছিল
							
সমার্থক : অপসাৰিত, অপসৃত, দূৰীকৃত, দূৰীভূত, স্থানচ্যুত