অর্থ : কোনো বিষয়ত, কবি বা লেখকৰ সৈতে সম্বন্ধ ৰখা সকলো গ্রন্থ আৰু লেখা আদিৰ সমূহ
							উদাহরণ : 
							অসমীয়াত বৈষ্ণৱ সাহিত্যৰ বিশেষ ধৰণৰ গুৰুত্ব
							
অর্থ : কোনো ভাষা অথবা দেশৰ সকলো গ্রন্থ, লেখা আদিৰ সমূহ
							উদাহরণ : 
							সাহিত্য সমাজৰ দাপোণ স্বৰূপ
							
অর্থ : সাহিত্যৰ অধ্যয়ন কৰা শিক্ষাৰ এক বিশেষ ধৰণৰ শাখা
							উদাহরণ : 
							তেওঁ অসমীয়া সাহিত্যত এম এ কৰিছে