অর্থ : সাজ-সজ্জা কৰা বা সজ্জিত হোৱা কার্য
							উদাহরণ : 
							বেছিভাগ মহিলাই সাজোন-কাচোন কৰিহে ঘৰৰ পৰা বাহিৰলৈ ওলায়  মোৰ সাজোন-কাচোন কৰি ভাল নালাগে
							
সমার্থক : সাজোন-কাচোন
অর্থ : অলংকৃত কৰা বা সজোৱা কার্য
							উদাহরণ : 
							ৰাজকুমাৰৰ ৰাজ-অভিষেক উপলক্ষে ৰাজপ্রাসাদৰ সাজ-সজ্জা চকুত লগা ধৰণে কৰিছিল
							
সমার্থক : অলংকৰণ
অর্থ : আ-অলংকাৰ, কাপোৰ আদিৰে স্ত্রীসকলে নিজকে নিজে সজোৱা কার্য
							উদাহরণ : 
							সীতাই প্রসাধন-কক্ষত এঘণ্টা ধৰি ৰূপসজ্জা কৰি আছে
							
সমার্থক : শৃংগাৰ, শৃঙ্গাৰ, সাজোন-কাচোন, ৰূপসজ্জা