অর্থ : শাৰীৰিক বা মানসিক বেদনা দি ব্যাকুল কৰা
							উদাহরণ : 
							ৰজাই যুদ্ধ-বন্দীসকলক বহুত শাস্তি দিলে
							
সমার্থক : কষ্ট দিয়া, শাস্তি দিয়া
অর্থ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
							উদাহরণ : 
							বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
							
সমার্থক : উৎপীড়ন কৰা, কষ্ট দিয়া, জ্বলোৱা, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, শাস্তি দিয়া