অর্থ : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া
							উদাহরণ : 
							তেওঁ বিচনাত চাদৰখন মেলি দিলে
							
সমার্থক : পাৰি দিয়া, বিস্তাৰ কৰা, মেলা
অর্থ : কোনো বস্তুৰ প্রসাৰিতকৰণ
							উদাহরণ : 
							তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
							
সমার্থক : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলা