অর্থ : কোনো বস্তুৰ বিনিময় কার্যত ব্যৱহাৰ হোৱা সাঁচত ঢলা নির্দিষ্ট মূল্যৰ ধাতুৰ টুকুৰা
							উদাহরণ : 
							পুৰণি কালত সোণ, ৰূপৰ মুদ্রাৰ প্রচলন আছিল
							
সমার্থক : ধাতুমুদ্রা
অর্থ : থিয় হোৱা, বহা আদিত শৰীৰৰ অংগৰ কোনো স্থিতি
							উদাহরণ : 
							এই ফটোখনত আপোনাৰ মুদ্রাই কৈছে যে আপুনি শুই আছিল