অর্থ : বিৰোধ কৰোতা ব্যক্তি
							উদাহরণ : 
							বিৰোধীসকলক নিজৰ দলৰ সৈতে চামিল কৰি লোৱাই ভাল হʼব
							
সমার্থক : বিৰোধক
অর্থ : যি বিৰোধত আছে
							উদাহরণ : 
							এইবাৰৰ নি্র্বাচনত তেওঁ বিৰোধী দলৰ সৈতে হাত মিলাইছে
							
অর্থ : বিৰোধ কৰোতা
							উদাহরণ : 
							বিৰোধী নেতাসকলৰ মুখ কেনেকৈ বন্ধ কৰা যায় ?