অর্থ : কোনো বস্তুৰ প্রসাৰিতকৰণ
							উদাহরণ : 
							তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
							
সমার্থক : বহলকৈ মেলা, মেলা, মেলি দিয়া
অর্থ : পৰিণাম বা বিস্তাৰত অধিক কৰা বা বিস্তাৰিত কৰা
							উদাহরণ : 
							বৌদ্ধসকলে বৌদ্ধধর্মক ্কেইবাখনো দেশত প্রসাৰিত কৰিলে
							
সমার্থক : প্রসাৰিত কৰা, বিস্তৃত কৰা, বিয়পোৱা