অর্থ : আনৰ কথাক উপেক্ষা কৰি নিজৰ কথা কʼবলৈ বিচৰা কার্য
							উদাহরণ : 
							তেওঁৰ বিতণ্ডাত সকলো অসন্তুষ্ট হৈছে
							
অর্থ : অনাহকত কৰা তর্ক ্বা বিবাদ
							উদাহরণ : 
							এনে ধৰণৰ বাক-বিতণ্ডাৰ পৰা আচলতে তুমি কি পোৱা ?
							
সমার্থক : বাক-বিতণ্ডা, বাদ-বিতণ্ডা