অর্থ : জন্মৰ পৰা এক-দুই বছৰ বয়সৰ লʼৰা-ছোৱালী
							উদাহরণ : 
							মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
							
সমার্থক : কেঁচুৱাশিশু, পেন্দুকণা, বাচ্চা
অর্থ : যি ব্যক্তিৰ কোনো বিশেষ ক্ষেত্রত জ্ঞান, অনুভৱ আদিৰ অভাৱ হয়
							উদাহরণ : 
							বিজ্ঞানৰ ক্ষেত্রত এতিয়া আপুনি বালক