অর্থ : কোনো উদ্ভিদ ফুলেৰে সুশোভিত কৰি তোলা কার্য
							উদাহরণ : 
							বসন্ত কালে কিছুমান ফুল ফুলাই তোলে
							
সমার্থক : ফুলাই তোলা
অর্থ : ফুলা বা বিকশিত হোৱাত প্ৰবৃত্ত কৰা
							উদাহরণ : 
							কৃত্ৰিম পদ্ধতিৰে এই কলপুলিখিনি ফুলোৱা হৈছে
							
সমার্থক : পৰিস্ফূট কৰা
অর্থ : কোনো বস্তুৰ ভিতৰত বায়ু, তৰল পদার্থ আদিৰে হেচা প্রয়োগ কৰি বিস্তাৰিত কৰা
							উদাহরণ : 
							লʼৰাটোৱে বেলুন ফুলায় আছে