অর্থ : কোনো সিদ্ধান্ত, মত বা বিচাৰক সংগঠিত ৰূপত প্রচাৰ কৰা ব্যক্তি
							উদাহরণ : 
							নি্র্বাচনৰ আগতে প্রচাৰকে গাঁৱৰ পৰিদর্শন কৰিছে
							
অর্থ : কোনো কাম, বস্তু আদিৰ প্রচাৰ কৰোতা ব্যক্তি
							উদাহরণ : 
							কেইটামান অসামাজিক সংগঠনে এটা বিশেষ দলৰ সৈতে জড়িত থকা প্রচাৰকৰ ওপৰত আক্রমণ কৰিলে