অর্থ : স্নাতকৰ পিছৰ ্পর্যায়ৰ পঢ়াশুনা
							উদাহরণ : 
							নীলমে দর্শন্্শাস্ত্রত স্নাতকোত্তৰ কৰি আছে
							
সমার্থক : পʼষ্ট-গ্রেজুৱেট, পিজি, স্নাতকোত্তৰ
অর্থ : স্নাতকৰ পিছৰ ্পর্যায়ৰ পাঠ্যক্রমৰ সৈতে সম্পর্কিত
							উদাহরণ : 
							স্নাতকোত্তৰ ছাত্রসকলে বিশ্ববিদ্যালয়ত হুলস্থূলৰ সৃষ্টি কৰিলে
							
সমার্থক : পʼষ্ট-গ্রেজুৱেট, স্নাতকোত্তৰ