অর্থ : বাৰে বাৰে হেঁচ্া দি কোনো বস্তু বিকৃত কৰা
							উদাহরণ : 
							তেওঁ ্ সাপৰ মূৰটো থেতেলিয়াই আছে
							
সমার্থক : গুড়ি কৰা, থেতেলিওৱা, থেতেলিয়াই থকা
অর্থ : তললৈ আহি বা হেঁ্চাখাই বিকৃত হোৱা
							উদাহরণ : 
							এটা কুকুৰ গাড়ীত চেপা খালে  চকৰীটোৱে তেওঁৰ ্হাতখন পিহিলে
							
সমার্থক : চেপা খোৱা