অর্থ : পাকিস্তানৰ অধিবাসী
							উদাহরণ : 
							ভাৰত-পাক সীমান্তত পাকিস্তানী অনুপ্রৱেশকাৰী বন্দী কৰা হʼল
							
সমার্থক : পাকিস্তান বাসী, পাকিস্তান-বাসী, পাকিস্তানবাসী
অর্থ : পাকিস্তানৰ সম্বনীয় বা পাকিস্তানৰ
							উদাহরণ : 
							কিছুমান লোকে পাকিস্তানী ৰাজনীতিৰ বিষয়ে বহুত চিন্তা-চর্চা কৰে