অর্থ : দান হিচাপে কাৰোবাক দিয়া কোনো বস্তু
							উদাহরণ : 
							পণ্ডিতজনে দান স্বৰূপে এজনী গাই আৰু কিছুমান বস্ত্র লাভ কৰিলে
							
অর্থ : কাৰোবাক দিয়া বা কাৰোবাৰ পৰা পোৱা বস্তু
							উদাহরণ : 
							বহু মানুহে জীৱনটোক ঈশ্বৰৰ দান বুলি ভাবে
							
অর্থ : কোনোবাই কাৰোবাক শ্রদ্ধা সহকাৰে বা দয়াপূর্বকভ্াৱে কিবা দিয়া ধর্ম ্ কার্য:উচিত সময়ত কৰা দান অধিক ফলপ্রসূ হয়
							উদাহরণ :