অর্থ : কঠিনতাৰে কৰা বহুত ভাল কাম
							উদাহরণ : 
							শচীনে ক্রিকেট খেলত বহুত অভিজ্ঞতা লাভ কৰিলে
							
সমার্থক : অভিজ্ঞতা
অর্থ : কাৰোবাৰ অন্তর্নিহিত বৌদ্ধিক শক্তি
							উদাহরণ : 
							চাকৰি দিয়াৰ আগতে প্রার্থীসকলৰ দক্ষতা পৰীক্ষা কৰা হয়
							
সমার্থক : কুশলতা
অর্থ : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান
							উদাহরণ : 
							এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে
							
সমার্থক : দখল