অর্থ : তিব্বতত থকা বা বসতি কৰা
							উদাহরণ : 
							তিব্বতী লামাসকলক আদৰণী জনাবলৈ সকলো থিয় হʼল
							
অর্থ : তিব্বতী ভাষা বা তিব্বতী ভাষাৰ সৈতে সম্বন্ধ থকা
							উদাহরণ : 
							তেওঁ তিব্বতী কাহিনীবোৰ বৰ ভাল পায়
							
অর্থ : তিব্বতৰ বা তিব্বত সম্বন্ধীয়
							উদাহরণ : 
							তিব্বতী মূলৰ সাত হাজাৰ শৰণার্থী ইয়ালৈ আহিল