অর্থ : খুব ভালকৈ ভৰি থকা
							উদাহরণ : 
							এই মোনাটো সূতাৰে ঠাহ খাই আছে
							
অর্থ : ভৰি থকা ঠাইত জোৰ-জবৰদস্তি সোমাই যোৱা
							উদাহরণ : 
							ৰামমোহন আৰু সোহনৰ মাজত ঠাহ খাই আছে
							
অর্থ : যʼত কিবা আছে (বিশেষকৈ ওজন বুজোৱাত)
							উদাহরণ : 
							ফলেৰে ভৰি থকা ডালটো দোঁ খাই আছে
							
সমার্থক : ভর্তি হোৱা, ভৰি থকা