অর্থ : যিখন গ্রন্থত কাৰোবাৰ জীৱনজোৰা বৃত্তান্ত লিখা থাকে
							উদাহরণ : 
							শ্যামে পুথিভঁৰালত বহি মহান পুৰুষৰ জীৱনী পঢ়ি আছে
							
সমার্থক : জীৱন কথা, জীৱন বৃত্ত, জীৱনী
অর্থ : কাৰোবাৰ জীৱনৰ সৈতে সম্পর্ক ্থকা কথা আদিৰ বিৱৰণ
							উদাহরণ : 
							তেওঁ নিজৰ জীৱনী লিখি আছে
							
সমার্থক : জীৱন কথা, জীৱন বৃত্ত, জীৱন-চৰিত্র, জীৱনবৃত্তান্ত, জীৱনী