অর্থ : ঘৰত অতিথিক বহাবলৈ বা সেৱা-সৎকাৰ কৰিবলৈ ব্যৱহাৰ কৰা কোঠা
							উদাহরণ : 
							কৈলাশে আলহী কোঠাত নিজৰ আলহীৰ সৈতে বহি আছে
							
সমার্থক : অতিথি কক্ষ, অতিথি-কক্ষ, আলহী কোঠা, আলহী-কোঠা, ড্রয়িং ৰুম
অর্থ : বিশিষ্ট ব্যক্তিক বহাবৰ কাৰণে আৰু মানুহক লগ কৰিবৰ কাৰণে ঘৰৰ সন্মুখৰফালে থকা কোঠা
							উদাহরণ : 
							চʼৰাঘৰত আপোনালৈ অপেক্ষা কৰি থকা হৈছে
							
সমার্থক : অতিথি-কোঠা, বৈঠকখানা