অর্থ : শিং থকা চাৰিঠেঙীয়া জন্তুৰ ভৰিৰ একেবাৰে তলত থকা টান ফটা অংশ
							উদাহরণ : 
							খেতিপথাৰৰ ঠায়ে-ঠায়ে গৰুৰ খুড়াৰ চিন আছে
							
সমার্থক : খুড়া
অর্থ : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে
							উদাহরণ : 
							এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল
							
সমার্থক : খুটা
অর্থ : ঘোঁৰাৰ ভৰিৰ তলৰ অংশ
							উদাহরণ : 
							ঘোঁৰাৰ খুৰাৰ তললৈ অহা ছাগলী পোৱালীটোৱে গচক খালে