অর্থ : কাশ্মীৰ ৰাজ্যৰ নিবাসী
							উদাহরণ : 
							আজিৰ প্রতিজন কাশ্মীৰীয়েই সন্ত্রাসবাদৰ আতংকময় পৰিৱেশত জীৱন নি্র্বাহ কৰি আছে
							
সমার্থক : কাশ্মীৰ বাসী
অর্থ : কাশ্মীৰী ভাষাৰ সৈতে সম্বন্ধ থকা
							উদাহরণ : 
							তেওঁ ্কাশ্মীৰী সাহিত্যৰ অধ্যয়ন কৰি আছে
							
অর্থ : কাশ্মীৰত থকা বা বসতি কৰা
							উদাহরণ : 
							কাশ্মীৰী জনতা সন্ত্রাসবাদীৰ সন্ত্রাসৰ দ্বাৰা পীড়িত হৈ আছে
							
অর্থ : যিটো কাশ্মীৰৰ সৈতে সম্পর্কযুক্ত বা কাশ্মীৰৰ
							উদাহরণ : 
							তেওঁৰ মূৰত কাশ্মীৰী টুপি সুশোভিত আছিল