অর্থ : মিহি বস্তু কটা বা খোঁচা যতন
							উদাহরণ : 
							তেওঁ সাঁচ কটা যতনেৰে মার্বল ্পাথৰত ৰামৰ মূর্তি বনাই আছে
							
সমার্থক : খোদাই কৰা যতন, ছাপ কটা যতন, সাঁচ কটা যতন
অর্থ : আৰবৰ এখন দেশ
							উদাহরণ : 
							কাটাৰ এখন খনিজ তেল উৎপাদক দেশ
							
অর্থ : ইৰাণৰ নিচেই কাষত অৱস্থিত এখন উপদ্বীপ
							উদাহরণ : 
							কাটাৰৰ মাটিকালি এঘাৰ হাজাৰ পাঁচশ বর্গ কিলোমিটাৰ