অর্থ : কাম-বন শেষ হোৱা
							উদাহরণ : 
							সভাখন উঠি গʼল  বজাৰ উঠি গʼল
							
সমার্থক : উঠি যোৱা, শেষ হোৱা, সমাপ্ত হোৱা
অর্থ : হিচাপত অহা বা সোমোৱা এক অৱস্থা
							উদাহরণ : 
							এক কিলোত মাত্র পাঁচটা আম উঠিল
							
অর্থ : প্রথমৰ পৰাই অধিক উচ্চতাত থকা এক স্থিতি
							উদাহরণ : 
							পঢ়াশালিৰ ভেটি কমৰলৈকে উঠিছে
							
সমার্থক : ওখ হোৱা
অর্থ : কোনো চিহ্ন আদি ওলাই অহা
							উদাহরণ : 
							অতিপাত গৰমৰ কাৰণে গোটেই গাতে ঘামচি উঠিছে
							
অর্থ : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য
							উদাহরণ : 
							কালিৰ পৰা গাইজনী জাগিছে
							
সমার্থক : জাগা
অর্থ : পদ, মর্যাদা, বর্গ আদিত আগ বঢ়া
							উদাহরণ : 
							নিজৰ তীক্ষ্ণ বুদ্ধিৰ কাৰণে তেওঁ একেবাৰতে পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রণীলৈ উঠিলে
							
অর্থ : মনলৈ অহা বা ধ্যানত উদয় হোৱা
							উদাহরণ : 
							মোৰ মনত এই কথাটো উঠিছে যে আজিকালি মীনা স্কুললৈ কিয় নাহে ?
							
অর্থ : ওপৰলৈ যোৱা বা বগোৱা
							উদাহরণ : 
							সূর্য ্লাহে-লাহে উঠি আছে