অর্থ : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে
							উদাহরণ : 
							মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে
							
সমার্থক : অসন্তুষ্টতা, তিক্ততা, বিৰক্তি
অর্থ : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব
							উদাহরণ : 
							আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল
							
সমার্থক : বিৰক্তি
অর্থ : বিৰক্তিৰ অৱস্থা বা ভাৱ
							উদাহরণ : 
							তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে
							
সমার্থক : বিৰক্তি