অর্থ : কাৰোবাৰ ব্যৱহাৰ, কার্য আদিত দুখী হৈ তেওঁৰ ্ বা তেওঁৰ সম্বন্ধীয় কোনোলোকক উদয় হোৱা দুখৰ বিষয়ে কোৱা কার্য
							উদাহরণ : 
							মোৰ আপোনাৰ ওচৰত কোনো আপত্তি নাই, এতিয়া আপুনি যাব পাৰে
							
সমার্থক : আপত্তি, ওজৰ, ওজৰ-আপত্তি
অর্থ : অভিযোগেৰে ভৰা বা অভিযোগৰ সৈতে যুক্ত
							উদাহরণ : 
							তেওঁ ্ৰাষ্ট্রপতিলৈ এখন অভিযোগ পত্র লিখিলে
							
সমার্থক : অপবাদযুক্ত