অর্থ : ৰাসায়নিক বিক্রিয়া খৰতকীয়া ৰসায়ন বিশেষ
							উদাহরণ : 
							ছালফিউৰিক এছিড তৈয়াৰ কৰিবৰ কাৰণে অনুঘটকৰ আৱশ্যক হয়
							
অর্থ : কোনো ব্যক্তি, কাম আদিক অনুপ্রেৰিত কৰা কার্য
							উদাহরণ : 
							ৰাসায়নিক বিক্রিয়াৰ সংঘটনত অনুঘটকৰ অলপ মাত্রাই পর্যাপ্ত হয়