অর্থ : যিজন ব্যক্তিৰ কোনো অভিভাৱক বা ভৰণ-পোষণ দিওতা কোনো নাথাকে
							উদাহরণ : 
							ইয়াত অনাথসকলক আশ্রয় দিয়া হয়
							
অর্থ : মালিক বা স্বামী নোহোৱা এক অৱস্থা
							উদাহরণ : 
							অনাথ ব্যক্তিজনে নিজৰ মালিকৰ সন্ধানত ওলাই গৈছে
							
সমার্থক : নাথহীন
অর্থ : যাৰ কোনো মালিক নাই
							উদাহরণ : 
							ৰাস্তাৰ কাষত এটা অনাথ শিশু পৰি আছিল
							
অর্থ : যিজনৰ লালন-পালন কৰিবলৈ কোনো নাই
							উদাহরণ : 
							শ্যামে গোটেই জীৱনটো অনাথ শিশুৰ চোৱা-চিতা কৰি পাৰ কৰি দিলে