অর্থ : বিদ্যাৰ অভাৱ
							উদাহরণ : 
							আপুনি বিদ্যা অর্জন কৰি নিজৰ অজ্ঞতা দূৰ কৰিব পাৰে
							
সমার্থক : অজ্ঞতা, অবিজ্ঞতা, জ্ঞানহীনতা
অর্থ : জীৱৰ আত্মাক গুণ আৰু গুণৰ কার্যৰ ্পৰা পৃথক বুলি নভবা অবিবেক
							উদাহরণ : 
							অজ্ঞানতাই সকলো দুখৰ কাৰণ
							
অর্থ : জ্ঞান নোহোৱা অৱস্থা বা ভাব
							উদাহরণ : 
							প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
							
সমার্থক : অজ্ঞতা, অন্ধকাৰ, জ্ঞানহীনতা, মূঢ়তা
অর্থ : অবোধ হোৱাৰ অৱস্থা বা ভাব
							উদাহরণ : 
							অবোধতাৰ কাৰণে বহুতো লʼৰা-ছোৱালীয়ে নকৰিবলগীয়া কামো কৰি পেলায়
							
সমার্থক : অবোধতা